Life style Tips

অতীতৰে পৰা বাস্তু শাস্ত্ৰৰ নিময় চলি আহিছে। বৰ্তমান সময়তো কিন্তু ইয়াৰ প্ৰচলন কৰি যোৱা নাই মানুহৰ মাজত। সকলো ক্ষেত্ৰতে বাস্তুক পালন কৰা হয়। থিক তেনেদৰে ঘৰ এটা সঁজাওতে বাস্তু শাস্ত্ৰৰ নিয়মসমূহ মানি চলাটো খুবেই প্ৰয়োজন বুলি বিশ্বাস কৰা হয়।

বাস্তু শাস্ত্ৰ অনুসৰি , ঘৰত থকা প্ৰতিটো বস্তুৰে কিছুমান ইতিবাচক আৰু কিছুমান নেতিবাচক শক্তি আছে। ইতিবাচক শক্তিয়ে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি লৈ আহে। ঘৰৰ সুখ-শান্তি বজাই ৰাখিবলৈ আপুনি মানি চলিবলগীয়া কেইটামান বাস্তু টিপছ জানি লও আহক।