City Bus Assam

জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা। মহানগৰীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে কঠোৰ প্ৰশাসন। প্ৰতিদিনে মহানগৰীত চলাচল কৰিব নোৱাৰিব ১০৯ খন বাছ। CITY BUS চালকৰ দৌৰাত্ম্য ৰোধৰ বাবে এই সিদ্ধান্ত। নিৰ্দেশনা অনুসৰি খানাপাৰাৰ খেলপথাৰ সন্মুখত ৰখাই থ'ব লাগিব বাছসমূহ। চৰকাৰৰ নিৰ্দেশনাৰ পাছতে ক্ষোভ বাছ কৰ্তৃপক্ষৰ।