Angurlata Deka

নৱ প্ৰজন্মক বয়ন শিল্পীৰ সৈতে একাত্ম কৰিবলৈ আৰু বয়ন শিল্পীক জনপ্রিয় কৰাৰ লক্ষ্যৰে হস্ততাত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ তত্বাৱধানত আৰু অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত লতাশিল খেলপথাৰত ৪ দিনীয়া বয়ন কৰ্মশালাৰ আয়োজন । ২০ খন তাতশাল থাকিব এই কৰ্মশালাত  থাকিব  ১০ গৰাকী প্ৰশিক্ষক । বয়ন শিল্পৰ সামগ্ৰিক বিষয়ে জনাবলৈ এই কৰ্মশালাৰ আয়োজন ।  বৃহস্পতি বাৰে উদ্বোধন কৰা হ'ব অনুষ্ঠানৰ । হেমপ্ৰভা চুটীয়াই উদ্বোধন কৰিব কৰ্মশালাৰ । ৪ দিনত ২০০ গামোচা তৈয়াৰৰ লক্ষ্য । অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই সংবাদমেলযোগে ঘোষণা কৰে এই কথা। লগতে সভানেত্ৰীগৰাকীয়ে কয়-'মই নিজে গামোচা বম বুলি মন বান্ধি লৈছো, ৪ টা দি