Solution

খং নামেই চণ্ডাল। প্ৰায় সংখ্যক লোকৰে অতি সোনকালে খং উঠে। খঙত দিক্-বিদিক হেৰুৱাই পেলাই কিছু লোকে। নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি কেতিয়াবা বিপদতো পৰে তেওঁলোক। খং নিয়ন্ত্ৰণ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব আপুনি। জানো আহো খং নিয়ন্ত্ৰণৰ উপায়সমূহ: