Assamese Language Paper

আজি ২১ অক্টোবৰ দিনটোত অসম লোকসেৱা আয়োগ (APSC) গোচৰৰ বহু প্ৰতিক্ষীত ৰায়দান। 

অসমীয়া মাধ্যমৰ প্ৰশ্নকাকত বাধ্যতামূলক হয় নে নহয় সেই সন্দৰ্ভত আজি ৰায় দিয়ে গুৱাহাটী উচ্চ ন্য়ায়ালয়ে। এতিয়াৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাধ্যতামূলক নহ'ব।

উল্লেখ্য যে, ২০২০ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল আজি পৰ্যন্ত ঘোষণা কৰিব পৰা নাই গোচৰ চলি থকা বাবে।

ভাষা বিষয়ক পৰীক্ষাৰ অবিহনেই ফলাফল ঘোষণা কৰাৰ বাবে এপিএছচি ক উচ্চ ন্যায়ালয়ৰ অনুমতি প্ৰদান। ৰাজ্য চৰকাৰৰ ভাষা প্ৰত্যাহাৰ কেবিনেটৰ সিদ্ধান্তক বৈধতা প্ৰদান।