Padma Dutta

এইবাৰ চেতিয়া ছাৰ, জাকিৰ ছাৰকো পিছ পেলালে দত্ত ছাৰে। এতিয়া সকলোফালে কেৱল দত্ত ছাৰৰ নাম।

ঐতিহ্যমণ্ডিত গহপুৰ চহৰৰ মাজমজিয়াত থকা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদ্ম দত্ত ছাৰ এতিয়া চৰ্চাৰ শীৰ্ষত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দত্ত ছাৰৰ ক’ল ৰেকৰডিং।