Mental Health Tips

আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে অধিকাংশ লোকেৰেই শাৰীৰিক আৰু মানসিক চাপৰ লগতে বৃদ্ধি হৈছে বিভিন্ন স্বাস্থ্য সমস্যা। যিয়ে, মগজুৰ কাৰ্যপ্ৰণালীক প্ৰভাৱিত কৰে আৰু ইয়াৰ ফলতে ক্ৰমান্বয়ে ডিমেনচিয়াৰ দৰে ঘটনা বাঢ়িবলৈ লৈছে। ডিমেনচিয়াত আক্ৰান্ত হ’লে মগজুৰ কাৰ্য-কলাপ লেহেমীয়া হৈ পৰে আৰু স্মৃতিশক্তি হ্ৰাস হৈ কথাবোৰ পাহৰিবলৈ ধৰে। ডিমেনচিয়াৰ আশংকা হ্ৰাস কৰিবলৈ মগজু স্বাস্থ্যৱান ৰখাটো খুবেই জৰুৰী। 

dimag