কাৰ সন্দৰ্ভত বিভিন্নধৰণৰ চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ বিশেষ মন্তব্যই চৰ্চিত হৈ পৰিছে। CAA সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য।
‘অৰুণাচলে নলয় কোনো শৰণাৰ্থীৰে বোজা’ ‘অৰুণাচল এৰি যাব লাগিব চাকমা-হাজং শৰণাৰ্থীয়ে’ ‘অৰুণাচলত ইনাৰ লাইন পাৰ্মিটৰ বাবে নাপায় সংস্থাপন’ লোকসকলক সংস্থাপন দিয়া হ’ব অসমতঃ কিৰেণ ৰিজিজু'।
ইতিমধ্যে গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰে আলোচনা হৈছে’ ৰিজিজুৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।