Employees DA Hike

পূজালৈ মাত্ৰ কেইদিনমান থকাৰ সময়তে চৰকাৰী কৰ্মচাৰীলৈ সু-খবৰ ৷

পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে বদ্ধিত হাৰত লাভ কৰিব পাৰে ডি এ। অহা ২৮ছেপ্তেম্বৰত কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।