POSCO

ৰেলৱেৰ বিষয়া ইন্দ্ৰজিত দাসক ৫বছৰ সশ্ৰম কাৰাদণ্ড। 

৬বছৰীয়া নাবালীকাক যৌন নিৰ্যাতনৰ গোচৰত দোষি সাব্যস্ত। 

গুৱাহাটীৰ POSCO আদালতে দিলে এই ৰায়।

POSCO আইনৰ ধাৰা ১০ৰ অধিনত এই শাস্তি প্ৰদান। 

বিষয়া জনৰ বিৰুদ্ধে জালুকবাৰী থানাত পঞ্জীয়ন হৈছিল ৩৪৩/২০১৮নং গোচৰতো।

চাৰিবছৰৰ পিছত ন্যায় পালে কনমানি গৰাকীয়ে।

আদালতে দহ হেজাৰ টকা জৰিমনাও দিছে ইন্দ্ৰজিত দাসক।

আনহাতে নাবালীকা গৰাকীক ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ জিলা ন্যায়িক প্ৰাধিকৰণক।

অভিযুক্ত গৰাকীৰ পক্ষত যুক্তি আগবঢ়াইছিল অধিবক্তা এচ কে দাসে।