Whatsapp Love

◾হোৱাটছএপত চিনাকি হৈ প্ৰেমত পৰিল এগৰাকী মহিলা

◾বহিঃৰাজ্যৰ ব্যক্তিৰ সৈতে পলায়ন মহিলাগৰাকীৰ

◾পশ্চিমবংগৰ পতিতালয়ত বিক্ৰী মহিলাগৰাকীক

◾এই ঘটনা সংঘটিত গোৱালপাৰাৰ ধূপধৰাত

◾দুমাহ পূৰ্বে মহিলাগৰাকী চিনাকি হৈছিল বিজয়ৰ সৈতে

◾ইছলামপুৰৰ পৰা মহিলাগৰাকীক উদ্ধাৰ ধূপধৰা আৰক্ষীৰ

◾মহিলাগৰাকীক উদ্ধাৰ কৰি গতাই দিয়ে পৰিয়ালক