গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা
মৰাণৰ লিজামণি শেনচোৱালৈ বিহু সম্ৰাজ্ঞীৰ খিতাপ
লিজামণি শেনছোৱাৰ শিৰত জিলিকিল বিহু সম্ৰাজ্ঞীৰ মুকুট
লিজামণিয়ে লাভ কৰিলে ৰূপৰ মুকুট, নগদ ধন, সোণৰ মুদ্ৰা
মানপত্ৰ, গামোছা, টিভি, ৱাশ্বিং মেচিন উপহাৰ লিজামণিলৈ
এল গোপালৰ ডাইমণ্ডৰ চেট লাভ লিজামণি শেনচোৱাৰ
ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইলৈ বিহুৰাণীৰ খিতাপ
প্ৰীতিৰাণীয়ে লাভ কৰিলে মুকুট, গামোচা, ট্ৰফী
নগদ ধন, সোণৰ মুদ্ৰা, মিলটন চেট লাভ প্ৰীতিৰাণীৰ
দুলীয়াজানৰ দীক্ষা গগৈয়ে জিনিলে বিহু কুঁৱৰীৰ খিতাপ
- Today is: