Crocodile

ব্ৰহ্মপুত্ৰৰ বালিচৰত ঘৰিয়াল কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত গৱেষণা কৰা দলে প্ৰত্যক্ষ কৰে এটা ঘৰিয়াল। কাজিৰঙাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত দেখা গল এই বিৰল দৃশ্য।

কাজিৰঙাৰ ৬ষ্ঠ সংযোজন এলেকাৰ বৰগাং ভাম্যমান বনশিবিৰ এলেকাত বিৰল প্ৰজাতিৰ দলফিনৰ গবেষণা কৰি থকা সময়ত বনকৰ্মী আৰু গৱেষণা দলটোয়ে দেখা পায় এই বিৰল দৃশ্য।

অসমৰ নদ-নদীত ঘৰিয়ালৰ অৱস্থিতি পূৰ্বে উমান পোৱা নাযায় যদিও নদীৰ বালিচৰত জিৰনি লৈ থকা ঘৰিয়ালৰ দৃশ্য গৱেষণা দলৰ কেমেৰাত আবদ্ধ  হয়৷