আজি মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ আলি–আঃয়ে–লৃগাং, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ! UB Photos February 16 / 2022 আলি আঃয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ। Tags UB Photos Guwahati Ali Aye Ligang Mising Tribe Ligang Bihu Festival Gumrag Dance Oi Nitom Read more about আজি মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ আলি–আঃয়ে–লৃগাং, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ!Log in to post comments