Covid Test

ৰাজ্যত নাথাকিব বাধ্যতামূলক ক’ভিড টেষ্টিং

১৫ ফে‍ব্রুৱাৰী পৰা এই ব্যৱস্থাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

বিমান বন্দৰ, ৰে’ল ষ্টেচনতো নহ’ব ক’ভিড টেষ্টিং

ৰাজ্যৰ পৰা আঁতৰিব নৈশ সান্ধ্য আইন

সামাজিক-ধৰ্মীয় অনুষ্ঠানত সমবেত হোৱাতো নাথাকিব বাধা

প্রত্যাহাৰ হ’ব ক’ভিড সম্পৰ্কীয় অন্য বাধা নিষেধ

বিস্তৃত জাননী প্রকাশ পাব ১৪ ফেব্রুৱাৰীত

টুইটযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই