GMCH

বিশিষ্ট সমাজকৰ্মী সংগ্ৰামী বিৰুবালা ৰাভাৰ দেহাৱসান
GMCHত শেষ নিশ্বাস ত্যাগ পদ্মশ্ৰী বিৰুবালা ৰাভাৰ
অৱসান ঘটিল দীৰ্ঘদিনীয়া প্ৰতিবাদী সত্বাৰ 
দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৰাভা
আজি পুৱা ৯.২৩ বজাত শেষ নিশ্বাস ত্যাগ পদ্মশ্ৰী বিৰুবালা ৰাভাৰ
৭০ বছৰ বয়সত দেহত্যাগ সংগ্ৰামী সত্বা বিৰুবালা ৰাভাৰ
অন্ধবিশ্বাস, কুসংস্কাৰৰ যোদ্ধা আছিল বিৰুবালা ৰাভা
১৯৫৪ চনত গোৱালপাৰাত জন্মগ্ৰহণ কৰিছিল ৰাভাই
২০২১ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল বিৰুবালা ৰাভা
দুটা দশক ধৰি কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি আহিছিল ৰাভাই