অইল ইণ্ডিয়া লিমিটেডৰ ঠিকা ভিত্তিত চলি থকা এচিয়ান ড্ৰিলটেক নামৰ এটা ওৱৰ্ক আভাৰ ৰিগত কৰ্মৰত অৱস্থাত দুৰ্ঘটনা সংঘটিত হৈ থিতাতে এজন শ্ৰমিক নিহত। নিহত শ্ৰমিকজন নাহৰকটীয়া গেঠুপথাৰ অঞ্চলৰ কিৰণ গগৈ বুলি জানিব পৰা গৈছে ।
- Read more about নাহৰকটীয়া বাঁহধাৰীত অঘটন…
- Log in to post comments