BJP MP

এইবাৰ বিজেপি নেতাৰ ৰোষত বলিউডৰ অভিনেতা আমিৰ খান। কাপোৰৰ ব্ৰেণ্ড Fabindiaৰ পিছতে এইবাৰ আক্ৰমণৰ লক্ষ্য আমিৰ খান অভিনীত টায়াৰ নিৰ্মাণকাৰী কোম্পানী CEATৰ বিজ্ঞাপন।

কিছুদিন পূৰ্বে Fabindiaই দীপাৱলী সংগ্ৰহৰ নামকৰণ ‘Jashn-e-Riwaaz’ৰে কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল বহুজন। এই ঘটনাৰ পিছতে বলিউডৰ চুপাৰষ্টাৰ আমিৰ খানে অভিনয় কৰা টায়াৰৰ এক বিজ্ঞাপনক লৈ এতিয়া অসন্তুষ্ট কৰ্ণাটকৰ এগৰাকী বিজেপিৰ সাংসদ।