Heavy Rain

উৎকট গৰমে দহিছে ৰাজ্য। ইয়াৰ মাজতে অসমৰ ৩০খন জিলাতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert

ক’ত ক’ত  Yellow Alert জাৰি কৰিছে বিভাগে…

দক্ষিণ শালমৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ, কামৰূপ(মহানগৰ) জিলাত Yellow Alert জাৰি ।

মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।