কাছাৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। সোমবাৰে নিশা দুটা পৃথক পৃথক ঠাইত অভিযান।অভিযানত বুজন পৰিমাণৰ হেৰ'ইনৰ লগতে গ্ৰেপ্তাৰ দুজন লোকক
লক্ষীপুৰ সম জিলাৰ আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত জিৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰানা কুমাৰ নাথ আৰু বাচকান্দি চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ সহযোগত জব্দ কৰে হেৰ'ইনখিনি।