Viswakarma Puja

ৰূপজ্যোতি কুৰ্মীৰ আন এক ৰূপ।

বিশ্বকৰ্মা পূজাৰ দিনা মৰিয়নীৰ নকছাৰিত দুজনকৈ চৰকাৰী সুৰক্ষা কৰ্মী লৈ এজন বিশেষ ঋষি। ঋষিৰ চৰিত্ৰত মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি ৰূপজ্যোতি কুৰ্মী ৷

"দস্যু ৰত্নাকৰ মুক্তিলাভ" শীৰ্ষক মহাপুৰুষীয়া ভাওনাত ঋষি গৰ্গমুনিৰ ভাওত অভিনয় ৰূপজ্যোতি কুৰ্মীৰ।

বিশ্বকৰ্মা পূজা উপলক্ষে বিগত বছৰৰ দৰে এই বৰ্ষও মৰিয়নি নকছাৰিৰ দেবেৰাপাৰ চাৰিআলিৰ এপে মেজিক চালক সন্থাই আয়োজন কৰে এখন ভাওনা। এই ভাওনাতে মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি ৰূপজ্যোতি কুৰ্মীক দেখা গ’ল বিশেষ চৰিত্ৰত।