Darrang

দৰং গৌৰৱ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা বিগত সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলিকি উঠিবলৈ সক্ষম হৈছিল । 

দৰঙৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা ২০১৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰু২০২১ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰি জিকিলি উঠিবলৈ সক্ষম হৈছিল।