Encounter

এনকাউণ্টাৰক লৈ কঠোৰ উচ্চতম ন্যায়ালয়
প্ৰতিটো এনকাউণ্টাৰৰ ঘটনাৰ তদন্ত কৰি প্ৰকৃত সত্য দাখিল নিৰ্দেশ
তদন্ত কৰা দণ্ডাধীশৰ নাম লাগে উচ্চতম ন্যায়ালয়ক
প্ৰতিটো এনকাউণ্টাৰৰ প্ৰতিবেদন বিচাৰিছে উচ্চতম ন্যায়ালয়ে
নিৰপেক্ষ ন্যায়িক তদন্তৰ বাবে বিচাৰিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নাম
২০২১ৰ ১০ মে’ৰ পৰা ২০২৩লৈ সংঘটিত ১৭১টা এনকাউণ্টাৰ
এনকাউণ্টাৰত মৃত্যু ৫৪জনৰ, আহত ১৪০ৰো অধিক
ইয়াৰে ৯২টা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ কৰোৱা হৈছে তদন্ত
৪৮টা ঘটনাৰ ফৰেণচিক পৰীক্ষা সম্পন্ন
৪০টা ঘটনাৰ কৰা হৈছে বেলিষ্টিক পৰীক্ষণ
প্ৰতিটো এনকাউণ্টাৰৰ পাছত গোচ ৰুজু কৰা বুলি অৱগত