
◾ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা
◾ বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী
◾ পুৱতি নিশা সংঘটিত হয় এই ঘটনা
◾ বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক কৰিছিল দুজনক
◾খটখটী আৰক্ষীয়ে জব্দ কৰিছিল ড্ৰাগছখিনি
◾ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি
◾ ১১৫টা চাবোনৰ বাকচত আছিল হেৰ’ইন
◾ চাবোনৰ বাকচত আছিল ১কেজি ৬০০ গ্ৰাম হেৰ’ইন
◾ ভৰিত গুলী লাগে ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনৰ
◾ আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা চলাওতেই গুলীচালনা
Category
- Log in to post comments