Rakesh Paul

APSCৰ ADO কেলেংকাৰিৰ গুৰুত্বপূৰ্ণ ৰায়দান
কামৰূপ বিশেষ ন্যায়াধীশ আদালতৰ ৰায়দান
ৰাকেশ পালৰ সময়তে হৈছিল নিযুক্তিৰ কেলেংকাৰি
ADO কেলেংকাৰিৰ গোচৰত মূল অভিযুক্ত ৪৪জন
অভিযুক্তৰ বিৰুদ্ধে আৰোপ IPCৰ 120 (b) আৰু 420 ধাৰা
দুৰ্নীতি প্ৰতিৰোধ আইনৰো কেইবাটাও ধাৰা আৰোপ
২০১৭ চনত ভঙাগড় থানাত ৰুজু হৈছিল গোচৰটো
বেদান্ত বিকাশ দাস নামৰ এজনে পঞ্জীয়ন কৰিছিল গোচৰ
বিকাশ পিনছা, কৌশিক কলিতা, কুণাল দাসক দোষমুক্ত
আদালতত অব্যাহত বিশেষ ন্যায়াধীশৰ ৰায়দান
ফিৰোজ মৰাণ, জ্যোতিবন দত্তকো দোষমুক্ত
দোষমুক্ত মুছাৰফ হুছেইনকো