
বাংলাদেশৰ ঢাকাত গ্ৰেপ্তাৰ অল কায়দাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী
ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী আবু তালহাক গ্ৰেপ্তাৰ
ঢাকাৰ সবুজবাগ এলেকাৰ পৰা গ্ৰেপ্তাৰ আবু তালহাক
কিছুদিন পূৰ্বে অসমতো বাহৰ পাতিছিল সন্ত্ৰাসবাদীজনে
আবু তালহাৰ পত্নীকো গ্ৰেপ্তাৰ বাংলাদেশ আৰক্ষীৰ
ভাৰতীয় জাল আধাৰকাৰ্ড, পাছপ’ৰ্ট প্ৰস্তুত কৰি লৈছিল তালহাই
সদস্যভৰ্তিৰ বাবে ভাৰতলৈ আহিছিল আবু তালহা
Category
- Log in to post comments