পুনৰ সভ্য সমাজক লজ্জানত কৰা আন এক ঘটনা; পৰ্ণ চাই়ডত এইবাৰ গোলাঘাট বোৱাৰীৰ অশ্লীল ভিডিঅ'.....

viral

ৰাজ্যত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা আন এক ঘটনা । ইটোৰ পিছত সিটো অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰাত তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যত । যোৰহাটৰ পাছত এইবাৰ গোলাঘাট বোৱাৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল পৰ্ণ চাই়ডত । 

viral

উল্লেখ্য যে, যোৰহাটৰ পৰ্ণ ভিডিঅ' কাণ্ডৰ পাছত এইবাৰ তোলপাৰ লগাইছে গোলাঘাট জিলাৰ সৰুপথাৰৰ সীমান্তৱৰ্তী মধ্যমপুৰ সোণোৱাল গাঁও ৷ পৰ্ণ চাইডত গাঁওখনৰে এগৰাকী বিবাহিত মহিলাৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছত গাঁওখনলৈ উক্ত মহিলাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সোণোৱাল গাঁৱৰ ৰাইজে ৷ 

viral

আনহাতে, মহিলাগৰাকীৰ কেইবাটাও অশ্লীল ভিডিঅ' পৰ্ণ চাইডত উপলব্ধ হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল ৷ 

viral

উল্লেখ্যযোগ্য যে, অসম নাগালেণ্ড সীমান্তৱৰ্তী এখন গাঁৱৰ পৰা কামৰ সন্ধানত বুলি ওলাই যোৱা মহিলাগৰাকীয়ে কাৰ চক্ৰত পৰি মায়ানগৰী মুম্বাইৰ অশ্লীল জগতত ভৰি দিলে তাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ আনহাতে, দুষ্টচক্ৰৰ কবলত পৰি সহজ-সৰল গাঁৱৰ জীয়ৰী-বোৱাৰী যাতে এনে কাণ্ডত লিপ্ত হ'ব নোৱাৰে তাৰবাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে গাঁওবাসীয়ে ৷ 

Category
Profile picture for user UB Photos