
সলনি হ'ল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ । দেওবাৰে এন চি পিৰ নেতা অজিত পাৱাৰে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ইয়াৰ লগতে ৯ গৰাকী বিধায়কে ও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠান ৷
ৰাজভৱনত হোৱা আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানক উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ লগতে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাবিজ।
Category
- Log in to post comments