
আজি সাংস্কৃতিক নগৰী তেজপুৰৰ বাবে সুখবৰ। তেজপুৰ আদালত চাৰিআলিত ৰাইজৰ বাবে মুকলি কৰা হ’ব উষা অনিৰুদ্ধ স্মৃতি বিজড়িত স্তম্ভ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব স্তম্ভটো । ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰা হৈছে । আনহাতে, তেজপুৰৰ নেহৰু ময়দানত বিহুক বিশ্ব ৰেৰ্কডৰ বাবে সাজু কৰা বিহুৱা বিহুৱতীসকলৰ বিহু নৃত্যও পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Category
- Log in to post comments