দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত ৰাষ্ট্ৰপতি, কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশত আপ্লুত ৰাষ্ট্ৰপতি

Drapaudi

কালি অসমত উপস্থিত হ'ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। নিশাটো কাজিৰঙাৰ অতিথিশালাতে কটালে ৰাষ্ট্ৰপতিয়ে। আজি ৰাষ্ট্ৰপতিয়ে মুকলি কৰিব গজ উৎসৱ। উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া। উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশত আপ্লুত ৰাষ্ট্ৰপতি। বিয়লি গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত ল’ব অংশ। শনিবাৰে তেজপুৰলৈ যাব দেশৰ ৰাষ্ট্ৰপতি। বায়ুসেনাৰ ঘাটিত অংশ ল’ব এক বিশেষ অনুষ্ঠানত।

Category
Profile picture for user UB Photos