তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত জনালে আদৰণি।

Drapaudi Murmu

তিনিদনীয়া ভ্ৰমণসূচীৰৈ অসমলৈ আহিল ৰাষ্ট্ৰপতি।

1

আজিৰ পৰা ৮ এপ্ৰিললৈ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ। কাইলৈ অংশ ল’ব কাজিৰঙাৰ গজ মহোৎসৱত।

2

কাজিৰঙাত জীপ ছাফাৰি, হাতী চাফাৰিৰ আনন্দ ল’ব ৰাষ্ট্ৰপতিয়ে। গুৱাহাটীত শুভাৰম্ভ কৰিব কাঞ্চনজংঘা পৰ্বত অভিযান।

3

অংশ ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত। ৮ এপ্ৰিলত অংশ ল’ব তেজপুৰ বায়ু সেনাৰ অনুষ্ঠানত। ৰাষ্ট্ৰপতিৰ আগমণক লৈ ঠায়ে ঠায়ে ১৪৪ ধাৰা জাৰি। 
 

Category
Profile picture for user UB Photos