সাজু হওক অসমবাসী! গিনিজ বুকত নাম অন্তৰ্ভুক্তিৰ বাবে ১০,০০০ ঢুলীয়া-নাচনীয়ে সৰুসজাইত একেলগে নাচিব বিহু।

Assam

অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু পৰম্পৰাগত ঐতিহ্যক গিনিজ বুকছ অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰাবৰ বাবে সাজু হৈছে চৰকাৰ। গিনিজ বুকত নাম অন্তৰ্ভুক্তিৰ বাবে ২০২৩ চনৰ ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত ১০০০০ জন ঢুলীয়া-নাচনীয়ে একেলগে নাচিব বিহু।

Category
Profile picture for user UB Photos