জীৱন জিনি হাঁহি মুখে ঘৰ উভতিল মইনা নায়ক!

Moina Nayak

GMCHৰ পৰা ঘৰলৈ উভতিল মইনা নায়ক।

1

উল্লেখ্য যে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক মইনা নায়ক বাগিচাৰ চিটিচি কাটিং মেচিনত পৰিছিল।

2

যাৰ ফলত লাওখোলা  এৰাই যোৱাৰ লগতে এখন হাত ভাগিছিল মইনা নায়কৰ। সংকটজনক অৱস্থাত মইনা নায়কক অনা হৈছিল গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ। ২০২২ চনৰ জুলাই মাহত সংঘটিত হৈছিল এই ঘটনা।আজি সুস্থ হৈ ঘৰ উভতিল মইনা।

কোম্পেনীৰ পৰা মইনা নায়কে পালে 13 লাখ 41 হাজাৰ টকা । মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক ধন্যবাদ মইনা নায়ক আৰু মইনা নায়কৰ ভাতৃৰ।

 

 

Category
Profile picture for user UB Photos