বিয়াত বহিল ৰাখী চাৱন্ত, পিছে দৰা কোন?

Rakhi Sawant

বিবাহপাশত আৱদ্ধ হল অভিনেত্ৰী ৰাখী চাৱন্ত!

1

প্ৰেমিক আদিল খান দুৰানীৰ সৈতে অভিনেত্ৰীগৰাকীয়ে আইনী বিবাহপাশত আৱদ্ধ হোৱা এখন ফটোয়ে ছচিয়েল মিডিয়াত ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে নিজাববীয়াকৈ বিয়াখনৰ সন্দৰ্ভত প্ৰকাশ কৰা নাই কোনো কথা।

Category