নতুন বছৰত নতুন ৰূপত বলিউডৰ তাৰকা হৃত্ত্বিক ৰৌশন, সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে ফটো

Hrithik Roshan

নতুন বছৰত নতুন ৰূপত জনপ্ৰিয় অভিনেতা হৃত্ত্বিক ৰৌশন।

1

সকলো চেলিব্ৰেটিয়েই নিজৰ ফিটনেছক গুৰুত্বসহকাৰে লয়।

2

হৃত্ত্বিক ৰৌশনো ইয়াৰ ব্যতিক্ৰম নহয়।

3

নতুন বছৰৰ শুভক্ষণত তাৰকা গৰাকীয়ে দেখালে নিজৰ Six Pack। সামাজিক মাধ্যমত তাৰকা গৰাকীৰ ফটো দেখাৰ পিছতে উৎফুল্লিত হৈ পৰিছে।

Category
Profile picture for user UB Photos