ICU ত ছটফটাইছে আনন্দ শৰ্মাই! চিৰদিনৰ বাবে ঘূণীয়া হ’ল এজন চফল ডেকা

Anand Sharma

চিৰদিনৰ বাবে ঘূণীয়া হল আনন্দ শৰ্মা! সম্পূৰ্ণৰূপে ভাঙিছে আনন্দ শৰ্মাৰ ককাল। অচল হৈ পৰিছে শৰীৰৰ কেইবাটাও অংগ প্ৰায় । যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই।

আনন্দ শৰ্মাৰ দূৰাৱস্থা দেখি বিভিন্ন জনে দাবী কৰিছিল এয়াৰ এম্বুলেঞ্চেৰে বহি-ৰাজ্যত নি চিকিৎসা প্ৰদান কৰাৰ।

কিন্তু চিকিৎসকৰ মতে নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব আনন্দ শৰ্মাক কিয়লো আনন্দ শৰ্মাক লৰচৰ কৰিলেই স্নায়ু চেপা খোৱাৰ সম্ভাৱনা আছে৷সেয়ে কাইলৈ পুৱা ১০ বজাডিব্ৰুগড়তে হব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷

Category
Profile picture for user UB Photos