কাইলৈ মুকলি কৰা হ'ব আৰ্য নগৰ উৰণ সেতু

Arya nagar Fly Over

 

▶️ পূজাৰ সময়তে গুৱাহাটীবাসীৰ বাবে সু খবৰ 

 

▶️ কাইলৈ মুকলি কৰা হ'ব আৰ্য নগৰ উৰণ সেতু

 

▶️ আৰ্য্য নগৰ অৰ্থাৎ পুৰণি চেৰাবভাটিৰ উৰণীয়া সেঁতু মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে 

 

▶️ পল্টন বজাৰ-লখৰা সংযোগী পথত নিৰ্মাণ কৰা হৈছে  উৰণ সেঁতুখন 

 

▶️ ৭৯০ মিটাৰ দীঘল উৰণ সেঁতুখনত অংকন হৈছে অসমৰ বাৰে ৰহনীয়া সংস্কৃতি 

 

▶️ ১৪৯ কোটি ৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সেতুখন 

 

▶️ ২০২১ চনৰ ২৬ February ৰ পৰা আৰম্ভ হৈছিল উৰণ সেঁতুু নিৰ্মাণৰ কাম

 

▶️ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময়সীমা আছিল ২০২৩ চনৰ ১৭ আগষ্ট 

 

▶️ কিন্তু এটা বছৰ পূৰ্বেই সম্পূৰ্ণ হল  সেঁতুখনৰ কাম

Category
Profile picture for user UB Photos