বদমাচি কৰিলে পিঠি ফালি দিয়া হব- DGP

DGP Assam

কাইলৈ হ'ব লগা নিযুক্তি পৰীক্ষা সন্দৰ্ভত ডিজিপি ভাস্কৰ জ্য়োতি মহন্তৰ প্ৰতিক্ৰিয়া...

🔷 কাইলৈ হ'ব লগা নিযুক্তি পৰীক্ষাৰ বাবে সাজু অসম আৰক্ষী।

🔷 কটকতীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

🔷 অলাগতিয়াল বস্তু একো নানিব।

🔷 আগ দিনাই প্ৰশ্ন কাকত আনিবলৈ চেষ্টা কৰিছো।

🔷 ট্ৰেফিক  জামৰ বাবে যাতে পৰীক্ষা দেৰি নহয়।

🔷 পৰীক্ষাৰ্থী সকলো সোনকালে আহিব যিমান সোনকালে পাৰে।

🔷 যি বদমাচি কৰিব তাক ৰেহাই দিয়া নহব জেল যাব লাগিব।

🔷 নেট কৰ্তনৰ নিৰ্দেশনা মানি চলিবই লাগিব।

🔷 ইতিমধ্যে আমি Team তৈয়াৰ কৰিছোঁ।

🔷 প্ৰশ্নকাকত ভাইৰেল কৰিবলৈ চেষ্টা চলাইছিল কিন্তু আমি ইতিমধ্যে ধৰিছোঁ ।

🔷 বদমাচি কৰিলে পিঠি ফালি দিয়া হব।

🔷 অনলাইন প্ৰবঞ্চনা ৰোধ কৰাটো আমাৰ বাবে অসম্ভৱ ।

Category
Profile picture for user UB Photos