জেহাদীৰ লিংকমেন গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Himanta Biswa Sarma

 

🔷 চৰকাৰী মাদ্ৰাছা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে

 

🔷 এতিয়া ধৰ্মীয় মাদ্ৰাছা কিছু কিছু স্থানত চলি আছে

 

🔷 মৰিগাওৰ মাদ্ৰাছা শিক্ষকক বাংলাদেশৰ সৈতে যোগসূত্ৰ লাভ কৰিছো

 

🔷 এগৰাকী শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ পাছতে মাদ্ৰাছাখন বন্ধ কৰি দিয়া হৈছে

 

🔷 শিক্ষাৰ্থী সকলক চৰকাৰী বিদ্যালয়লৈ লৈ অনা হৈছে

 

🔷 আমি অনুসন্ধান আৰম্ভ কৰিছো

 

🔷 সম্পূৰ্ণ নজনাকৈ মন্তব্য নকৰো, কিন্তু ব্যৱস্থা লোৱা হ'ব

 

🔷 এই সকলোবোৰ sleeper cell।

Category
Profile picture for user UB Photos