বৰপেটা জিলা সত্ৰ ন্য়ায়াধীশ আদালতৰ ৰায়
 ২০১৫ৰ ১৮ ফেব্ৰুৱাৰীত কেৰাচিন ঢালি জ্বলাই দিছিল পত্নী প্ৰীতিৰেখা দাসক
 বৰপেটা আদালতৰ অধিবক্তা আছিল প্ৰীতিৰেখা
 যৌতুকৰ বাবেই স্বামী শংকৰজ্য়োতি দাসে জ্বলাই দিছিল পত্নীক
 সুদীৰ্ঘ ৮ বছৰৰ মূৰত আদালতত গুৰুত্বপূৰ্ণ ৰায়দান
 অৱশেষত প্ৰীতিৰেখা দাসৰ ভুক্তভোগী পৰিয়ালে পালে ন্য়ায়
Category
              
          - Log in to post comments