মঙলবাৰে নাটনি হ'ব পাৰে পেট্ৰ'ল-ডিজেল!

petrol diesel crisis

◾ মঙলবাৰে নাটনি হ'ব পাৰে পেট্ৰ'ল-ডিজেল। 


◾ সৰ্বভাৰতীয় ডীলাৰ্ছ এছ’চিয়েশ্যনৰ ঘোষণাৰ পাছতেই এতিয়া হাহাকাৰ তেল কোম্পানীৰ। 


◾ ৩১ মে’ত তৈল কোম্পানীসমূহৰ পৰা তেল ক্ৰয় নকৰে পেট্ৰ’ল ডিপোসমূহে।


◾ সৰ্বভাৰতীয় পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যনৰ দাবীক সমৰ্থন নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যনৰ।
 

Category
Profile picture for user UB Photos