দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত প্রধানমন্ত্রী নৰেন্দ্র মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত প্রধানমন্ত্রী নৰেন্দ্র মোদী

◾দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত প্রধানমন্ত্রী নৰেন্দ্র মোদী

◾জাপানত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি প্রবাসী ভাৰতীয়ৰ

◾চাৰিদেশীয় QUAD শীৰ্ষ সন্মিলনত অংশ ল’ব মোদীয়ে

◾২৩-২৪ মে’ত জাপানত অনুষ্ঠিত হ’ব QUAD সন্মিলন

◾জাপান ভ্ৰমণৰ পূৰ্বে প্রধানমন্ত্রীৰ গুৰুত্বপূৰ্ণ মন্তব্য

◾শীৰ্ষ সন্মিলনত QUADৰ নেতৃত্বৰে মিলিত হ’ব মোদী

◾আমেৰিকাৰ ৰাষ্ট্রপতি, জাপানৰ প্রধানমন্ত্রীৰে হ’ব বৈঠক

◾অষ্ট্রেলিয়াৰ নৱ নিৰ্বাচিত প্রধানমন্ত্রী এষ্টনি এল্বনিজৰ সৈতে হ’ব বৈঠক

◾৪০ ঘণ্টীয়া ভ্ৰমণকালত জাপানৰ বাণিজ্যিক কাণ্ডাৰীৰ সৈতেও হ’ব বৈঠক

◾জাপানস্থিত প্রবাসী ভাৰতীয়সকলৰ সৈতেও মিলিত হ’ব মোদী

Category
Profile picture for user UB Photos