Travel

ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব ৫৭খনকৈ দেশ । শেহতীয়াকৈ হেনলী পাচপৰ্ট ইনডেক্সে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৯খন দেশৰ ভিতৰত ভাৰতীয় পাছপ'ৰ্টে ৮০ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে।