বন্ধ কৰা হ’ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা! পাৰঘাটতে আবদ্ধ বহু যাত্ৰী

Ghy to North Ghy Ferry service Stopped

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ভয়ংকৰ গতিত বৃদ্ধি পাইছে পানী, যাৰ বাবে এতিয়া ব্যাহত হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা।

বাঢ়নী পানীত ফেৰীঘাটৰ সাঁকো পানীত ডুব যোৱাৰ উপক্ৰম হৈছে।

Ferry

আজি পুৱা ৬:৩০ বজাৰ উত্তৰ গুৱাহাটীৰ ফেৰীসমূহ বাতিল কৰিছে জল পৰিবহন বিভাগে। উত্তৰ গুৱাহাটীৰ তিনিওটা ঘাটলৈ গুৱাহাটীৰ পৰা ফেৰী চলাচল বন্ধ হোৱা বাবে পাৰঘাটতে আবদ্ধ হৈ আছে বহু যাত্ৰী।

Category
Profile picture for user UB Photos