
◼ গুৱাহাটীৰ পানীখাইটিত ভয়াৱহ পথ দুৰ্ঘটনা।
◼ দুৰ্ঘটনাত আহত ডাউন টাউন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ।
◼ AS 01NC 6686 নম্বৰৰ পানী কঢ়িওৱা বলেৰ' পিকআপ ভান আৰু AS07 Q 8864 মটৰ চাইকেলৰ মুখামুখি সংঘাত।
◼ গুৰুত্বৰ ভাবে আহত হৈছে মটৰ চাইকেল চালক তথা ডাউন টাউন বিশ্ববিদ্যালয় ছাত্ৰ ধনজ্ঞয় গগৈ।
◼ গুৰুত্ব ভাবে আহত ছাত্র জনক অতি সংকট জনক অবস্থাত GMCH লৈ প্ৰেৰণ।
Category
- Log in to post comments