
◼️অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা
◼️ৰে’ল দুৰ্ঘটনাত ৫ জনৰ মৃত্যু
◼️মৃত ৫ জনৰ ভিতৰত ৩ জনেই অসমৰ
◼️নিহত অসমৰ ৰচিদুল ইছলাম, বনিশ্ব বসুমতাৰী, পশুমন্ত্ৰী ভজলু
◼️নিহতসকল গুৱাহাটীমুখী ছুপাৰফাৰ্ষ্ট এক্সপ্ৰেছৰ যাত্ৰী আছিল
◼️বিজুতিৰ বাবে ট্ৰেকত ৰৈ যোৱা ৰে’লৰ পৰা নামিছিল যাত্ৰী
◼️সেই সময়তে কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত নিহত ৫ জন
Category
- Log in to post comments