
◾ ভাৰতীয় বিদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ সিদ্ধান্ত
◾ ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে তৎপৰ চৰকাৰ
◾ ১০খন বাছৰ ব্যৱস্থা বৈদেশিক মন্ত্ৰালয়ৰ
◾ ইউক্ৰেইনৰ পৰা পোলেণ্ড সীমান্তলৈ বাছেৰে নিয়া হ’ব ভাৰতীক
◾ বৈদেশিক মন্ত্ৰালয়ে মুকলি কৰিছে ৩টা হেল্পলাইন নম্বৰ
◾ +48225400000, +48795850877, +48792712511
Category
- Log in to post comments