আৰম্ভ হ'ল নাম সলনিৰ পৰ্ব, সলনি হ’ব মহানগৰীৰ এই পথটোৰ নাম!

Kamakhaya New Road

 

◼ কামাখ্য়া ধামলৈ যোৱা কামাখ্য়া-পাণ্ডুৰ নতুন পথ নামাকৰণৰ দিশে

◼ স্বামী মুকতানন্দ সৰস্বতী পথ নামেৰে নামাকৰণৰ প্ৰস্তাৱ GMCৰ

◼ ইতিমধ্য়ে গুৱাহাটী পৌৰ নিগমে এই সন্দৰ্ভত জাৰি কৰিছে জাননী

◼ ইয়াক লৈ ওজৰ আপত্তি থাকিলে ৰাইজে জনাব পাৰিব মতামত

◼ ১৫ দিনত ভিতৰত এই সন্দৰ্ভত মতামত জনাব পাৰিব ৰাইজে ।

Category
Profile picture for user UB Photos