হোজাইত গাঞ্জা সহ এগৰাকী মহিলা সৰৰ্বৰাহকাৰী গ্ৰেপ্তাৰ

Ganja

হোজাইত গাঞ্জা সহ এগৰাকী মহিলা সৰৰ্বৰাহকাৰী গ্ৰেপ্তাৰ।

মঙলবাৰে হোজাইৰ ১ নং ৰেল গেটৰ ওচৰত আৰক্ষীয়ে অভিযান চলাই  গ্ৰেপ্তাৰ কৰে গাঞ্জা সৰবৰাহকাৰী আমিনা খাতুনক।

ধৃত আমিনা খাতুনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় পাঁচ কেজি গাঞ্জা।

Category
Profile picture for user UB Photos