UB Photos January 20 / 2022 পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ অগ্ৰীম জামিন আবেদন নাকচ। গুৱাহাটী উচ্চ ন্য়ায়ালয়ে নাকচ কৰিলে জামিন আবেদন। অন্তৱৰ্তী জামিনত আছিল পদ্মশ্ৰীৰে বিভূষিত উদ্ভাৱকগৰাকী। কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পদ্মশ্ৰী ভৰালীৰ বিৰুদ্ধে। Category News Tags UB Photos Guwahati Guwahati High Court Padma Shri Uddhab Bharali Uddhab Bharali Bail Rape Case Log in to post comments